Find the Best asamesequotes Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos aboutasÄwera name meaning in urdu, nawawalan ng pag asa in english, asa singh mastana, asÄ«rieÅ¡u priekÅ¡teÄi, ed life center asa norte,
crazy love
অকল ভাল পাওঁ বুলি কলেই নহব, সুখে দুখে আজীৱন জীৱনসংগী হৈ থাকিব পাৰিব লাগিব, বিশ্বাসৰ এনাজৰী ডাল সদায় মজবুত কৈ ৰাখিব লাগিব। দুয়ো দুয়োৰে সাৰথি হৈ জীৱনভৰ খোজে খোজ মিলাই যোৱাৰ প্ৰতিশ্ৰুতি দিব লাগিব আৰু সেই প্ৰতিশ্ৰুতি জীৱনৰ অন্তিম সময় পৰ্যন্ত বান্ধি ৰাখিব পাৰিব লাগিব। ©crazy love #saath #asamesequotes #assamesewriters #assam #assamesepoetry
sangita
আপোনাৰ কিমান হাঁহিত মোৰ নিশাহে পৰাণৰ লগ এৰে, সেইয়া মোক নুসুধিব..! যিহেতু বিষণ্ণতাৰ হাফলুতো, মোৰ এটি হৰিষৰ কবিতাই----- মাথোঁ আপোনাৰ বাবেই খোপনি পোতে। (সহযোগ কৰিব পাৰে) হাঁহিটিৰ আৱেশতহে উশাহবোৰ খুব প্ৰিয়। #yqbandhoi #yqquotes #asamesequotes #writerofassam
(সহযোগ কৰিব পাৰে) হাঁহিটিৰ আৱেশতহে উশাহবোৰ খুব প্ৰিয়। #yqbandhoi #yqquotes #asamesequotes #writerofassam
read more
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited