Nojoto: Largest Storytelling Platform
mottakeenurrehma7830
  • 10Stories
  • 98Followers
  • 54Love
    31Views

Mottakeenur Rehman

  • Popular
  • Latest
  • Video
94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

কবিতাৰ শিৰোনাম: হ্ন
 
পূৰ্বাহ্ন নে অপৰাহ্ন !
আলি দোমোজাতে আছোঁ 
মুখেৰে উচ্চাৰিছোঁ মাথোঁ - হ্ন।

আহ্নিক নে বহ্নিক !
সময়ৰ সোঁতত এতিয়া সময়ৰ চিহ্ন প্ৰায় নিশ্চিহ্ন।।
     
✍️  মোত্তাকিনুৰ ৰহমান

94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

হিন্দুস্তান নহয় কাৰোৱেই বাপেকৰ সম্পত্তি


যদি হিতে বিপৰীত হয় তেন্তে হ'বলৈ দিয়া,আপোন প্ৰাণ বুলি কোনে দিলে বাধা
এই সকলোবোৰ ধোঁৱা ধোঁৱা, কোনে ক'লে- আচমান চোৱা চোৱা।

যদি লাগে জুই তেন্তে বহুতো ঘৰেই পৰিব শুই 
ইয়াত কি কেৱল মোৰেই ঘৰ য'ত লাগিব জুই।

মই জানো শত্ৰুৰ সংখ্যাও নহয় যে মোৰ কম
কিন্তু মোৰ দৰে মৰণক শৰণ কৰি কেইজনে ৰাখিছে হাতৰ মুঠিত দম।

মোৰ মুখৰ পৰা যি নিগৰে সেয়াই সত্য
মোৰ মুখৰ ভাষা তোমাৰ ওঠত কোনে ক'লে বাৰুকৈয়ে শুৱাব।

আজি যিসকল আছে শাসনৰ গাদীত বহি কাইলৈ নাথাকিব।
ভাড়াতীয়া হিতাধিকাৰ, কোনে ক'লে সিহঁতবোৰেই প্ৰকৃত স্বত্বাধিকাৰ।

সকলোৰে তেজ মিহলি এয়া পুণ্য ভূমি 
ইয়াত নচলে কাৰোৱেই দাদাগিৰি 
হিন্দুস্তান , হিন্দুস্তান যে নহয় কাৰোৱেই বাপেকৰ  সম্পত্তি‌।


   #ড' ৰাহত ইন্দোৰী চাহাবৰ এটি জনপ্ৰিয় কবিতা ''কিচে কে বাপ কা হিন্দুস্তান থোড়ী হ্যে '' ৰ ভাবানুবাদ ।

#ভাবানুবাদ~মোত্তাকিনুৰ ৰহমান
94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

হিন্দুস্তান কাৰোৱেই নহয় বাপেকৰ সম্পত্তি


যদি হিতে বিপৰীত হয় তেন্তে হ'বলৈ দিয়া,আপোন প্ৰাণ বুলি কোনে দিলে বাধা
এই সকলোবোৰ ধোঁৱা ধোঁৱা, কোনে ক'লে- আচমান চোৱা চোৱা।

যদি লাগে জুই তেন্তে বহুতো ঘৰেই পৰিব শুই 
ইয়াত কি কেৱল মোৰেই ঘৰ য'ত লাগিব জুই।

মই জানো শত্ৰুৰ সংখ্যাও নহয় যে মোৰ কম
কিন্তু মোৰ দৰে মৰণক শৰণ কৰি কেইজনে ৰাখিছে হাতৰ মুঠিত দম।

মোৰ মুখৰ পৰা যি নিগৰে সেয়াই সত্য
মোৰ মুখৰ ভাষা তোমাৰ ওঠত কোনে ক'লে বাৰুকৈয়ে শুৱাব।

আজি যিসকল আছে শাসনৰ গাদীত বহি কাইলৈ নাথাকিব।
ভাড়াতীয়া হিতাধিকাৰ, কোনে ক'লে সিহঁতবোৰেই প্ৰকৃত স্বত্বাধিকাৰ।

সকলোৰে তেজ মিহলি এয়া পুণ্য ভূমি 
ইয়াত নচলে কাৰোৱেই দাদাগিৰি 
হিন্দুস্তান , হিন্দুস্তান যে নহয় কাৰোৱেই বাপেকৰ  সম্পত্তি‌।
 
  #ড' ৰাহত ইন্দোৰী চাহাবৰ এটি জনপ্ৰিয় কবিতা " কিচি কে বাপ কা হিন্দুস্তান থোড়ী হ্যে '' ৰ ভাবানুবাদ ।

#ভাবানুবাদ~মোত্তাকিনুৰ ৰহমান
94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

হিন্দুস্তান নহয় কাৰোৱেই বাপেকৰ সম্পত্তি


যদি হিতে বিপৰীত হয় তেন্তে হ'বলৈ দিয়া,আপোন প্ৰাণ বুলি কোনে দিলে বাধা
এই সকলোবোৰ ধোঁৱা ধোঁৱা, কোনে ক'লে- আচমান চোৱা চোৱা।

যদি লাগে জুই তেন্তে বহুতো ঘৰেই পৰিব শুই 
ইয়াত কি কেৱল মোৰেই ঘৰ য'ত লাগিব জুই।

মই জানো শত্ৰুৰ সংখ্যাও নহয় যে মোৰ কম
কিন্তু মোৰ দৰে মৰণক শৰণ কৰি কেইজনে ৰাখিছে হাতৰ মুঠিত দম।

মোৰ মুখৰ পৰা যি নিগৰে সেয়াই সত্য
মোৰ মুখৰ ভাষা তোমাৰ ওঠত কোনে ক'লে বাৰুকৈয়ে শুৱাব।

আজি যিসকল আছে শাসনৰ গাদীত বহি,কাইলৈ নাথাকিব।
ভাড়াতীয়া হিতাধিকাৰ, কোনে ক'লে সিহঁতবোৰেই প্ৰকৃত স্বত্বাধিকাৰ।

সকলোৰে তেজ মিহলি এয়া পুণ্য ভূমি 
ইয়াত নচলে কাৰোৱেই দাদাগিৰি 
হিন্দুস্তান , হিন্দুস্তান যে নহয় কাৰোৱেই বাপেকৰ  সম্পত্তি‌।
  

 #ড' ৰাহত ইন্দোৰী চাহাবৰ এটি জনপ্ৰিয় '' কিচি কে বাপ কা হিন্দুস্তান থোড়ী হ্যে ''কবিতাৰ ভাবানুবাদ ।

#ভাবানুবাদ~মোত্তাকিনুৰ ৰহমান
94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

কৌতূহল

তুমি যেতিয়াই আহিবা তেতিয়াই মোক পাবা
নিসংগতাৰ পৃথিৱীত মই যে এটি স্বপ্ন বিভোৰ কায়া।
মোৰ কোঠালীটো সজোৱাৰ তোমাৰ হেনো আছে প্ৰবল হেপাঁহ
মোৰ কোঠালী জ্ঞানৰ খোটালি
কিতাপৰ বাহিৰে অইন একো এটাই নেপাবা বিচাৰি।
এই কিতাপ!এই কিতাপে দিছে মোক বহু পৰিতাপ
ইয়াতে আছে এটি কৌতূহল 
যি কৌতূহলত আক্ৰান্ত মোৰ বোধন!
পৰিণাম প্ৰাপ্তিৰ আনন্দ উল্লাসৰ সুখবৰ কেতিয়াকে বাৰু পাম
জীৱনত ছাগে আৰাম কেতিয়াও নেপাম।
     
    #মোত্তাকিনুৰ ৰহমান
 
 বি.দ্ৰ:উৰ্দু সাহিত্যৰ অতি জনপ্ৰিয় কবি জন এলিয়াৰ এটি জনপ্ৰিয় কবিতা 'Ramz' ৰ  অসমীয়া ভাবানুবাদ।
94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

কবিতাৰ শিৰোনাম: মৃত্যু এক অবুজ সাঁথৰ

মইয়ো এদিন সঁচায়ে মৰিম
অভিনয় সামৰি সিপুৰীলৈ চলিম
কোন বিশেষৰ বাবেনো মই তৰিম!
জনতাৰ মৰম, মা দেউতাৰ প্ৰতি থকা কৰম 
আৰু মোৰ এই কবিতা শুনি ভাল পোৱা সুহৃদ পাঠকৰ চৰণ কমল
তাৰেই গঢ়ি ল'ম এটি বিদ্ৰোহী কলম 
আৰু বিদ্ৰোহী হৈয়ে বিৰহ কাতৰ এই শৰীৰত লগাম আশাৰ মলম। 

যদিও জানো মৃত্যুৰ সাদৰত 
নৰজে কাৰোৱেই আদৰ
মৃত্যু এক অবুজ সাঁথৰ।
তথাপিতো মই মৰিবলৈ শিকিছোঁ
মৰি মৰি জী উঠিবলৈ
মুখত কৃত্ৰিম হাঁহিটিকে লৈ 
প্ৰাণ খুলি হাঁহিবলৈ প্ৰয়াস কৰিছোঁ ...
....কাৰণ মই যে মৰাৰ আগতে কেতিয়াও মৰাৰ কথা ভাবিবই পৰা নাছিলোঁ।

আজি মৰিছোঁ পুনৰাই আকৌ জী উঠিছোঁ 
বুকুত এহেজাৰ এটি সপোন লৈ 
মৰি মৰি জীয়াই থকাৰ কচৰৎ কৰিছোঁ  ।

বিচনা শ্মশান , সপোনৰ আলিবাটত কবৰস্হান
তথাপি বিচাৰিবলৈ এৰি দিয়া সুখৰ আস্হান
মই যে নিজেই এখনি বাৰেৰহণীয়া হিন্দুস্তান।।
      ✍️মোত্তাকিনুৰ ৰহমান #Dream
94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

প্ৰতিজন ল'ৰাৰে আছে 
সম্ভ্ৰান্ত ঘৰৰ ছোৱালীক ভাল পোৱাৰ এক্তিয়াৰ
ভাল পোৱাত নিভাঁজ মৰমেই
মন জয় কৰাৰ একমাত্ৰ হাথিয়াৰ।।

94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

Let's go to the Heart

Let's go to the Heart

94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

94523e11a3cee59a2ec56ed634e96651

Mottakeenur Rehman

loader
Home
Explore
Events
Notification
Profile