সৌ দূৰৈৰ মই তৰা হৈ থাকিম তুমি মোলৈ চালে মইও হাঁহিম পোহৰো ফুলিব এন্ধাৰো সৰিব প্ৰিয়তমা, মই আকৌ ঘূৰি আহিম। সৌ কলীয়া মেঘৰে মতলীয়া বৰষুণ হৈ মই তোমাতেই বৰষিম, জীয়া ঢল নামিব মাথাউৰি ভাঙিব প্ৰিয়তমা, মই আকৌ ঘূৰি আহিম। #ronuj_doley_poem #assamese_romantic_poem