Nojoto: Largest Storytelling Platform

এটা ৰঙীন কবিতাৰ উঁহ হ'ব খোজো মই .. বিশাল আকাশৰ বুক

এটা ৰঙীন কবিতাৰ উঁহ হ'ব খোজো মই .. বিশাল আকাশৰ বুকুৰ চিৰঞ্জীৱি ৰামধেনু হৈ  সপোন কোৱঁৰৰ কবিতা ৰচো..আউলি চুলিত বাউলি তুলিকাৰ ৰং সানো মই .. #MeraShehar#assamisepoem#love