'নাৰী'-------- "নিজতেই নিজে এখনি সুগভীৰ স্ৰোতস্বিনী"। যি বৈ যাব জানে , সুখৰ এমুঠন হেঁপাহ কঢ়িয়াই লগত লৈ এহেজাৰ দুখৰ উপনদী।। সখিয়তী চৰাইজাক উৰি যায়। অদৃশ্য সীমনাৰ দক্ষিণীয়া চুবুৰীৰে আহি, ঘোষণা কৰি থৈ যাই পূবৰ আকাশত যে---- "সময়ে সময়ে লিখা যাব স্বাধীনভাৱে নীলিমাৰ বুকুত নাৰীৰ জয়গানৰ হাজাৰটা কাহিনী।। 'নাৰী' জীৱনৰ হাজাৰখিলা মদৰুৱা পৃষ্ঠাৰ মাজতো, জিলিকি উঠা "এটি সুকোমল হাঁহি"।। #নাৰী #Assamese-poem #অসমীয়া-কবিতা #yqassamese #yqbandhoi #yqbaba