"মানুহৰ সম্পূৰ্ণ জীৱন সামৰি লয় এই ৩টা কথাই,,,, আগ্ৰহ, পৰিশ্ৰম আৰু কৃতকাৰ্যতা! আগ্ৰহে এটা সুন্দৰ আৰু উজ্জ্বল কেৰিয়াৰৰ পথ দেখুৱাই দিয়ে; পৰিশ্ৰমে সেই পথটো অতিক্ৰম কৰাত সহায় কৰে; আৰু যাত্ৰাৰ শেষত আহে কৃতকাৰ্যতা — যিয়ে জীৱনৰ সমস্ত কষ্ট- সাধনাৰ অন্তত সফলতা প্ৰদান কৰি জীৱনক পুৰস্কৃত কৰে !!" 🌸👀🌸 #assamese #assamesewriters #supportmywrittings #likefollowcomment ❤️🙏