দুৰ্বোধ্যতাই অগা-ডেৱা কৰা জীৱনৰ বাটটিত প্ৰহেলিকাবোৰ ভাঙি, আশাৰ ডেউকা কোবাই সপোন প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰি যোৱাৰ পিছতো...যেতিয়া কৃতকাৰ্যতাই উপলুঙা কৰে., সেই ক্ষণত মন-মগজুত সৃষ্টি হোৱা ধুমুহাজাকেই মোৰ বোধেৰে কষ্ট। দাদাজনৰ নিমন্ত্ৰণ ৰক্ষা চেষ্টা .... কলেব কৰিব #collab #collabchallenge #assamesequote #challenge #অসমীয়া #অসমীয়া_অনুভৱ #YourQuoteAndMine Collaborating with Nipu Haloi