মেট্ৰিক পৰীক্ষাই জীৱনৰ অন্তিমটো পৰীক্ষা নহয়, ই হ'ল জীৱনৰ বাকী পৰীক্ষাবোৰত সাহসেৰে অৱত্তীৰ্ণ হ'ব পৰাকৈ আগবাঢ়ি যোৱাৰ এটা পদক্ষেপ; ই হ'ল বৰ্তমানে হোৱা ভুল-ভ্ৰান্তিবোৰ আতৰাই ভৱিষ্যতে আৰু অধিক সক্ৰিয় হৈ নিজকে আগুৱাই লৈ যোৱাৰ এটা পথ। -ফাৰহানা #Success#matric#exam#quotes#assamese#nojoto#motivation#failure