Nojoto: Largest Storytelling Platform

কৌতূহল তুমি যেতিয়াই আহিবা তেতিয়াই মোক পাবা নিসংগত

কৌতূহল

তুমি যেতিয়াই আহিবা তেতিয়াই মোক পাবা
নিসংগতাৰ পৃথিৱীত মই যে এটি স্বপ্ন বিভোৰ কায়া।
মোৰ কোঠালীটো সজোৱাৰ তোমাৰ হেনো আছে প্ৰবল হেপাঁহ
মোৰ কোঠালী জ্ঞানৰ খোটালি
কিতাপৰ বাহিৰে অইন একো এটাই নেপাবা বিচাৰি।
এই কিতাপ!এই কিতাপে দিছে মোক বহু পৰিতাপ
ইয়াতে আছে এটি কৌতূহল 
যি কৌতূহলত আক্ৰান্ত মোৰ বোধন!
পৰিণাম প্ৰাপ্তিৰ আনন্দ উল্লাসৰ সুখবৰ কেতিয়াকে বাৰু পাম
জীৱনত ছাগে আৰাম কেতিয়াও নেপাম।
     
    #মোত্তাকিনুৰ ৰহমান
 
 বি.দ্ৰ:উৰ্দু সাহিত্যৰ অতি জনপ্ৰিয় কবি জন এলিয়াৰ এটি জনপ্ৰিয় কবিতা 'Ramz' ৰ  অসমীয়া ভাবানুবাদ।